KPR আনুষ্ঠানিক ভাবে স্থাপিত হৈছে ২০০০ ইউৰোপৰ শ্লোভাকিয়াত; যিনহওক, আমি বীজৰ যোগান দিওঁ আৰু ১৯৯৮ চনৰ পৰা পৃথিবীৰ সকলো ঠাইৰ পৰাই গছ-গছনিৰ যোগান দিওঁ।
আমাৰ প্রধান ঊদ্দেশ্য হ’ল পৃথিবীৰ সকলো ঠাইৰ বাগিচা পৰিচাৰক সকলক একেলগে লৈ বীজ আৰু গছ-গছনিৰ এটা মস্ত সংখ্যাতত্ব তৈয়াৰ কৰা। (KPRৰ বীজ আৰু গছ-গছনিৰ)।
বর্তামানে আমাৰ ৬ টা প্রধান শাখা আছে। (শ্লোভাকিয়া, চেক, অষ্ট্রেলিয়া, ইন্ডিয়া, থাইলেন্ড, চাউথ আফ্রিকা আৰু তানজানিয়া) আৰু ২০০ সহ পৰিচাৰক আৰু বীজ সংগ্রাহক আছে।
আজিকালি আমি অন্ততঃপক্ষে ১০০০০ বিবিধ ধৰণৰ প্রজাতি গছ গছনি পৃথিবীৰ যিকোনো ঠাইৰ পৰা সংগ্রহ আৰু যোগান কৰিবলৈ সক্ষম হৈছো।
যদিহে আপুনি কিবা বস্তু বিচাৰিছে, তেন্তে আপুনি ঠিক ঠাইতেই আহিছে! যদিও আমি সকলো ধৰণৰ গছ গছনি সংগ্রহ কৰি উঠিব পৰা নাই, কিন্তু আমি আমাৰ সংগ্রহৰ তালিকা প্রতি খোজেঁ খোজেঁ, দানা-দানাই, গছে-গছে বঢ়াই নি আছো। আমি বিশ্বাস কৰো যে অতি সোনকালেই আমি মানুহে বিচৰা যি কোনো বস্তুয়েই যোগান দিব পাৰিম! 
১০০০০ তকৈ বেচী বীজ আৰু শষ্য গোটেই পৃথিবীৰ পৰা - পাম, চাইকেড, বিচিত্র গছ আৰু বৰফ শীতল সহ্য কৰিব পৰা জোপোহা আৰু গছ-গছনি, ৰস পূর্ণ গছ, মাংসহাৰী উদ্ভিদ, বছেৰেকীয়া আৰু বাৰমাহেকীয়া, মনোমোহা গছ, শাক-পাচলি জাতীয় উদ্ভিদ।